Email :20
বৰষুণৰ প্ৰভাৱত থকা অৰুণাচলে ২ নৱেম্বৰৰ পৰা এই প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ সম্ভাৱনা আছে বুলি আইএমডিয়ে জনাইছে। পূব ছিয়াং, নিম্ন দিবাং উপত্যকা, লোহিত, নামচাই, উচ্চ চিয়াং, চিয়াং, আৰু পশ্চিম ছিয়াং জিলাৰ ওপৰত বজ্ৰপাতৰ সৈতে লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা থাকিলেও শীঘ্ৰেই বতৰ ফৰকাল হ’ব বুলি আশা কৰা হৈছে।













