Email :13
আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত আজি টি-২০ বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হ’ব। ভাৰতীয় ক্ৰিকেট দলে খিতাপ অক্ষুণ্ণ ৰাখি তিনিবাৰকৈ টি-২০ বিশ্বকাপ জয় কৰা প্ৰথমটো দল ৰূপে অভিলেখ গঢ়াৰ লক্ষ্যৰে আৰু নিউজিলেণ্ড দলে এই ফৰ্মেটত প্ৰথমবাৰ বিজয়ী হোৱাৰ উদ্দ্যেশ্যে অৱতীৰ্ণ হ’ব।











