Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • ইছৰোৰ বাহুবলী ৰকেটৰ সফল উৎক্ষেপণৰ দ্বাৰা এক নতুন ইতিহাস।
ভাৰত

ইছৰোৰ বাহুবলী ৰকেটৰ সফল উৎক্ষেপণৰ দ্বাৰা এক নতুন ইতিহাস।

Email :24

২ নৱেম্বৰ, ২০২৫ ত আটাইতকৈ গধুৰ যোগাযোগ উপগ্ৰহ ‘বাহুবলী’ কক্ষপথত সফলভাবে স্থাপন হোৱাৰ কথা সদৰি ইছৰোৰ। এলভিএম৩-এম৫ ৰকেটৰ দ্বাৰা উৰুৱা চিএমএছ-০৩ উপগ্ৰহটোৰ ওজন ৪,৪১০ কিলোগ্ৰাম। ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে সদৰি কৰে যে উপগ্ৰহটোৱে কমেও ১৫ বছৰলৈ যোগাযোগ সেৱা প্ৰদান কৰিব পৰাকৈ ডিজাইন কৰা হৈছে আৰু ই “আত্মনিৰ্ভৰ ভাৰতৰ আন এক উজ্জ্বল উদাহৰণ।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts