Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • মেঘালয়
  • মেঘালয় ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ উমংগোট নদীত নিৰ্মাণৰ ধ্বংসাৱশেষ পেলোৱাৰ অভিযোগত এটা পথ নিৰ্মাণ সংস্থালৈ সকীয়নি।
মেঘালয়

মেঘালয় ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ উমংগোট নদীত নিৰ্মাণৰ ধ্বংসাৱশেষ পেলোৱাৰ অভিযোগত এটা পথ নিৰ্মাণ সংস্থালৈ সকীয়নি।

Email :25

জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থাৰ পুঁজিৰে নিৰ্মাণ হৈ থকা শ্বিলঙৰ পৰা ডাউকিলৈ ঘাইপথৰ প্ৰকল্পই উমংগোট নদী প্ৰদূষিত কৰাৰ এক অভিযোগ উত্থাপিত হৈছে। পথ নিৰ্মাণৰ দ্বায়িত্ব লাভ কৰা সংস্থাটোৱে নদীখন ধ্বংসাৱশেষ পেলাইছে বুলি স্থানীয় ৰাইজৰ অভিযোগ লাভ কৰাৰ পিছত বিধায়ক ৰিকি চিঙকনে কেন্দ্ৰীয় পথ পৰিবহণ আৰু পৰিৱেশ মন্ত্ৰীসকলৰ ওচৰত এই বিষয় উত্থাপন কৰে। এমএছপিচিবিয়ে শ্বিলং–ডাউকি পথ প্ৰকল্পৰ তদাৰক কৰা প্ৰকল্প পৰিচালনা ইউনিট মাইলিয়ামক ধ্বংসাৱশেষ নদীখনত পেলোৱা বন্ধ কৰিবলৈ আৰু পৰিৱেশ সুৰক্ষাৰ ব্যৱস্থা মানি চলিবলৈ নিৰ্দেশ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts