Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ৰাইজৰ বিপুল সঁহাৰিৰ মাজত যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে শুভাৰম্ভ হ’ল বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’।
অসম

ৰাইজৰ বিপুল সঁহাৰিৰ মাজত যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে শুভাৰম্ভ হ’ল বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’।

Email :14

ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে অসম প্ৰদেশ বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ অংশস্বৰূপে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত জনসম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰথম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বালিপাৰা, এৰাগাঁও, কমাৰীগাঁও, উদমাৰী গাঁও, ঢেকেৰীগাঁও, ভোৱোলা গাঁও, চাৰিদুৱাৰ তথা বনদুৱাৰত উপস্থিত হয়। বনদুৱাৰ খেলপথাৰত তেখেতে জনসভাত অংশগ্ৰহণ কৰে। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ ৰাইজে দুপৰীয়া ২ বজাৰ পৰা নিশা ১১ বজালৈ অপেক্ষা কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীৰ ৫ বছৰীয়া কাৰ্যকালত হোৱা দ্ৰুত উন্নয়নেই মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধিৰ মূল কাৰণ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts