Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • জে এছ ডব্লিউ গ্ৰুপ আৰু অসম চৰকাৰৰ সহযোগত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শনৰ বাবে নিৰ্মীয়মান সংগ্ৰাহালয়ৰ আধাৰশিলা স্থাপন।
অসম

জে এছ ডব্লিউ গ্ৰুপ আৰু অসম চৰকাৰৰ সহযোগত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শনৰ বাবে নিৰ্মীয়মান সংগ্ৰাহালয়ৰ আধাৰশিলা স্থাপন।

Email :13

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু জিন্দাল গ্ৰুপৰ অধ্যক্ষ শ্ৰীযুত সজ্জন জিন্দাল ডাঙৰীয়াই সংগ্ৰহালয়টোৰ আধাৰশিলা স্থাপন কৰে। অসম চৰকাৰে খানাপাৰাৰ চেৰিকালচাৰ ফাৰ্মত আবণ্টন দিয়া ৪৫ হাজাৰ বৰ্গফুটৰ পৰিসৰত এই সংগ্ৰাহলয় সাজু কৰি তোলা হ’ব। এই কাৰ্যসূচীত সাবিত্ৰী জিন্দাল, সংগীতা জিন্দাল, অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা, আৰু ব্ৰিটিছ মিউজিয়ামৰ মিউজিয়াম কিউৰেটৰ আৰু দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ প্ৰাক্তন মুৰব্বী ৰিচাৰ্ড ব্লাৰ্টনো উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts