Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • খেল
  • অল ইংলেণ্ড অ’পেন ২০২৬ ৰ ফাইনেললৈ ভাৰতীয় বেডমিন্টন তাৰকা লক্ষ্য সেন।
খেল

অল ইংলেণ্ড অ’পেন ২০২৬ ৰ ফাইনেললৈ ভাৰতীয় বেডমিন্টন তাৰকা লক্ষ্য সেন।

Email :14

যোৱা ৭ মাৰ্চ ২০২৬ ত কানাডাৰ ভিক্টৰ লাইক ২১-১৬, ১৮-২১, ২১-১৫ পৰাজিত কৰি ভাৰতীয় বেডমিন্টন খেলুৱৈ লক্ষ্য সেনে অল ইংলেণ্ড অ’পেন ২০২৬ ত নিজৰ স্থান নিশ্চিত কৰিছে। ফাইনেলত তেখেতে প্ৰতিদ্বন্দিতা কৰিব লিন চুন-য়িৰ বিপক্ষে। বিশ্ব বেডমিন্টনৰ অতি সন্মানজনক এই খিতাপ অৰ্জন কৰা ভাৰতীয় খেলুৱৈ পুলেলা গোপীচান্দ আৰু প্ৰকাশ পাডুকনৰ পদাংক অনুসৰণ কৰি লক্ষ্য সেনে খিতাপ দখলৰ বাবে প্ৰতিদ্বন্দিতা কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts