Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
মেঘালয়

শ্বিলঙত ৩১ সংখ্যক ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপৰ শুভাৰম্ভণি।

Email :30

সদৌ মেঘালয় কাৰাটে-ডো সন্থাৰ উদ্যোগত ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা সঞ্চালকালয়ৰ সহযোগত ৩১ সংখ্যক ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ ২০২৫ ৰ ২৩ অক্টোবৰৰ পৰা শ্বিলঙৰ প’লোৰ জে এন ইনড’ৰ ষ্টেডিয়ামত শুভাৰম্ভ হৈছে। এইবাৰ আঠখন জিলাৰ পৰা ৫১২ জন অংশগ্ৰহণকাৰীয়ে কৰা এই প্ৰতিযোগিতাত যোৱা বছৰ অংশগ্ৰহণকাৰী আছিল ৪৫৬ গৰাকী। আমকেএৰ সভাপতি হুনলাং লিটানে প্ৰতিযোগীৰ সংখ্যা বৃদ্ধি হোৱাটো এক শুভ লক্ষণ বুলি সদৰি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts