Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • মেঘালয়
  • শ্বিলংৰ ছেইণ্ট এন্থনী কলেজৰ পৰিসংখ্যা বিভাগৰ মুৰব্বী ড° ছাংকু দেৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ২০২৫ চনৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ ভিতৰত বিশ্বৰ অভিজাত গৱেষকৰ তালিকাত স্থান লাভ ।
মেঘালয়

শ্বিলংৰ ছেইণ্ট এন্থনী কলেজৰ পৰিসংখ্যা বিভাগৰ মুৰব্বী ড° ছাংকু দেৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ২০২৫ চনৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ ভিতৰত বিশ্বৰ অভিজাত গৱেষকৰ তালিকাত স্থান লাভ ।

Email :28

উক্ত তালিকাত ড° ছাংকু দেই একেৰাহে পাঁচ বছৰ নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ ৰাখিবলৈ সফল হৈছে। ২০২১ চনৰ পৰা সমগ্ৰ বিশ্বত প্ৰশংসিত এই তালিকাত এই গৱেষকগৰাকীয়ে হৈছে মেঘালয়ৰ একমাত্ৰ প্ৰতিনিধি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts