Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • শোণিতপুৰ জিলাৰ জিলা উন্নয়ন সমন্বয়ৰক্ষী নিৰীক্ষণ সমিতিৰ সভাত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।
অসম

শোণিতপুৰ জিলাৰ জিলা উন্নয়ন সমন্বয়ৰক্ষী নিৰীক্ষণ সমিতিৰ সভাত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।

Email :14

শোণিতপুৰ জিলাৰ জিলা উন্নয়ন সমন্বয়ৰক্ষী নিৰীক্ষণ সমিতি (DISHA) ৰ সভাখন তেজপুৰৰ বাটমাৰীৰ কনভেনচন চেণ্টাৰত অনুষ্ঠিত হৈ যায়। তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এই সভাত অংশগ্ৰহণ কৰে। জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বিস্তৃত আলোচনা কৰাৰ উদ্দেশ্যে এই সভা অনুষ্ঠিত কৰা হয়। কিয়নো উন্নয়নমূলক আঁচনিসমূহৰ সঠিক সময়ত ৰূপায়ন ৰাইজৰ সুবিধা আৰু প্ৰশাসন ব্যৱস্থাৰ সুচাৰু সঞ্চালনৰ বাবেও ই এক জৰুৰী বিষয়। উক্ত সভাত বিভিন্ন বিভাগৰ সমীক্ষা আৰু পৰিকল্পনা প্ৰস্তুত তথা শোণিতপুৰ জিলাখনৰ বিভিন্ন অভিযোগৰ ওপৰত আলোকপাত কৰাৰ সমান্তৰালভাৱে সকলো বিভাগৰ কামৰ পুনৰ নিৰীক্ষণ দিয়া হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts