Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ২৪ ডিচেম্বৰত চতিয়া পহুচুৱা গাঁৱৰ অন্তৰ্গত নিজ চতিয়া উচ্চ মাধ্যমিক বিদ্যালয়ত পৰীক্ষাগাৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ।
অসম

যোৱা ২৪ ডিচেম্বৰত চতিয়া পহুচুৱা গাঁৱৰ অন্তৰ্গত নিজ চতিয়া উচ্চ মাধ্যমিক বিদ্যালয়ত পৰীক্ষাগাৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ।

Email :15

যোৱা ২৪ ডিচেম্বৰত চতিয়া পহুচুৱা গাঁৱৰ অন্তৰ্গত নিজ চতিয়া উচ্চ মাধ্যমিক বিদ্যালয়লৈ গৈ অসম চৰকাৰৰ সমগ্ৰ শিক্ষা (পূৰ্বৰ সৰ্বশিক্ষা) ৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত বিজ্ঞান বিভাগ আৰু গণিত বিভাগৰ এটা পৰীক্ষাগাৰ গৃহ নিৰ্মাণৰ হ’বলগীয়া পৰীক্ষাগাৰৰ আধাৰশিলা স্থাপন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই নিৰ্মাণৰ বাজেট ১৮ লাখ ৯৭ হাজাৰ টকা। বিভিন্ন বিষয়ববীয়াৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা ৰাইজৰ উপস্থিতিত উক্ত মাংগলিক কাৰ্যত অংশগ্ৰহণ কৰি বিদ্যালয়খনৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে বিধায়কগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts