Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ২৪ ডিচেম্বৰত চতিয়া কনিষ্ঠ মহাবিদ্যালয়লৈ ৰঙ্গমঞ্চৰ বাবে বিধায়ক পুঁজিৰ পৰা ২ লাখ টকা অনুদান আগবঢ়াইছে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

যোৱা ২৪ ডিচেম্বৰত চতিয়া কনিষ্ঠ মহাবিদ্যালয়লৈ ৰঙ্গমঞ্চৰ বাবে বিধায়ক পুঁজিৰ পৰা ২ লাখ টকা অনুদান আগবঢ়াইছে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :16

যোৱা ২৪ ডিচেম্বৰত চতিয়া কনিষ্ঠ মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়খনৰ ৰঙ্গমঞ্চৰ বাবে বিধায়ক পুঁজিৰ পৰা ২ লাখ টকা অনুদান আগবঢ়াই নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।চতিয়া কনিষ্ঠ মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ তথা বাৰ্ষিক সভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক পথাৰো আমাৰ বজাৰো আমাৰ চিন্তাধাৰাৰে আগবাঢ়ি অৰ্থনৈতিক স্বাৱলম্বিতা দিশত সমাজক নেতৃত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক প্ৰেৰিত কৰে বিধায়ক গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts