Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • পাঁচদিনীয়া কাৰ্যসূচীৰে যোৱা ১ জানুৱাৰীত আৰম্ভ হৈছে ২০২৬ বৰ্ষৰ চানডুবি মহোৎসৱ।
অসম

পাঁচদিনীয়া কাৰ্যসূচীৰে যোৱা ১ জানুৱাৰীত আৰম্ভ হৈছে ২০২৬ বৰ্ষৰ চানডুবি মহোৎসৱ।

Email :13

দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু চানডুবি মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত চানডুবি মহোৎসৱ ২০১০ চনৰ পৰা অনুষ্ঠিত হৈ আহিছে। ২০২৬ ৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। হ্ৰদটোৰ জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ উদেশ্যে “চানডুবি বচাওক, ঐতিহ্য ৰক্ষা কৰক” শীৰ্ষক বিষয়বস্তুৰ অধীনত এইবাৰো মহোৎসৱখন আয়োজিত হৈছে। লোকনৃত্য, পৰম্পৰাগত খাদ্য, থলুৱা ক্ৰীড়া, হস্তশিল্প প্ৰদৰ্শনী, আৰু অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীয় সম্প্ৰদায়ক সংস্কৃতিক এই মহোৎসৱে এক মঞ্চ প্ৰদান কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts