Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ব্ৰহ্মপুত্ৰ ক্ৰুজত পৰীক্ষা পে চৰ্চা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় নৰেন্দ্ৰ মোদীৰ।
অসম

ব্ৰহ্মপুত্ৰ ক্ৰুজত পৰীক্ষা পে চৰ্চা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় নৰেন্দ্ৰ মোদীৰ।

Email :14

তিনিটা ডেকযুক্ত জাহাজ এম ভি চৰাইদেউ ২ ত ৪৫ মিনিট সময় ২৫ গৰাকী নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰীক্ষাৰ প্ৰস্তুতিৰ সন্দৰ্ভত পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰীক্ষাৰ সময়ত চাবলগীয়া মানসিক প্ৰস্তুতি, শান্তিপূৰ্ণভাৱে পৰিকল্পিত অধ্যয়ন আদি বিষয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তালাপ কৰে। চৰকাৰী, আৱাসিক আৰু ব্যক্তিগত অনুষ্ঠান যেনে জৱাহৰ নৱোদয় বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয়, পি এম শ্ৰী বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, অসম জাতীয় বিদ্যালয় আৰু ডন বস্কো আদিৰ ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ লোৱাৰ সুযোগ লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts