Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আগন্তুক ২০২৬ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ মূখ্য কাৰ্যালয়ত বৈঠকৰ অধ্যক্ষতাৰ বাবে উপস্থিত নৰেন্দ্ৰ মোদী।
অসম

আগন্তুক ২০২৬ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ মূখ্য কাৰ্যালয়ত বৈঠকৰ অধ্যক্ষতাৰ বাবে উপস্থিত নৰেন্দ্ৰ মোদী।

Email :26

গুৱাহাটীস্থিত অসম বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয়। প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিত ফুলৰ মালাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰা বৈঠকত তেখেতে তৃণমূল পৰ্য্যায়ত দলক সুদৃঢ় কৰাৰ লগতে নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে মাৰ্গদৰ্শন কৰে, য’ত উপস্থিত থাকে অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ৰাজ্যৰ বিষয়ববীয়া, প্ৰাক্তন আৰু বৰ্তমানৰ সাংসদ, মন্ত্ৰী, বিধায়কসকলসহ ২৮০ জন দলীয় নেতা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts