Email :29
দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী বিমানবন্দৰত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিশাল প্ৰতিমূৰ্তি অনাৱৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গুৱাহাটী বিমানবন্দৰৰ প্ৰৱেশদ্বাৰত প্ৰতিষ্ঠা কৰা এই প্ৰতিমূৰ্তি নিৰ্মাণৰ আঁৰত আছিল সদ্যপ্ৰয়াত ভাস্কৰ্য শিল্পী ৰাম সুতাৰ।













