Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • গৌহাটী উচ্চ ন্যায়ালয়ত ফাষ্ট ট্ৰেক আদালতৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ দাখিল কৰিব অসম চৰকাৰে।
অসম

গৌহাটী উচ্চ ন্যায়ালয়ত ফাষ্ট ট্ৰেক আদালতৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ দাখিল কৰিব অসম চৰকাৰে।

Email :19

যোৱা ১২ ডিচেম্বৰ তাৰিখে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত একাধিক অভিযুক্তৰ বিৰুদ্ধে বিস্তৃত অভিযোগনামা দাখিল হোৱাৰ পিছত ফাৰ্ষ্ট ট্ৰেক আদালত স্থাপনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰে গৌহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি সদৰি কৰে। মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰা এই ১২,০০০ পৃষ্ঠাৰ বিস্তৃত অভিযোগনামাৰ নথি-পত্ৰত ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ নং ধাৰাত কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছে, আন বিভিন্ন ধাৰাৰ অধীনত অন্য বহু লোক অভিযুক্ত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts