Email :25
১২ ডিচেম্বৰ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মণিপুৰৰ ১৯০৪ আৰু ১৯৩৯ চনৰ নুপী লাল আন্দোলনৰ সময়ত অসীম সাহসেৰে যুঁজ দিয়া মণিপুৰী বীৰাংগনাসকলক শ্ৰদ্ধা নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে সেনাপতি জিলা অভিমুখে যাত্ৰা কৰাৰ পূৰ্বে ঐতিহাসিক শ্ৰীশ্ৰী গোবিন্দজী মন্দিৰত প্ৰাৰ্থনা কৰে।













