Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ৫ ডিচেম্বৰত ডিমা হাছাওৰ উমৰাংছ’ত অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম আনুষ্ঠানিকভাৱে উদ্বোধন অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
অসম

৫ ডিচেম্বৰত ডিমা হাছাওৰ উমৰাংছ’ত অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম আনুষ্ঠানিকভাৱে উদ্বোধন অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

Email :10

ডিমা হাছাওৰ উমৰাংছ’ত উদীয়মান ক্ৰিকেট প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এই ষ্টেডিয়ামটোয়ে এক নতুন যুগৰ সূচনা কৰিব। এই ষ্টেডিয়ামখনত প্ৰায় ১৫,০০০ ক্ৰিকেট অনুৰাগীৰ গেলেৰীত বহি খেলৰ আনন্দ লোৱাৰ সুবিধা আছে। অনুশীলনৰ বাবে ৫ খনকৈ পিটচৰ ব্যৱস্থা আছে। কাৰ্যক্ষম হ’লেই এই ষ্টেডিয়ামত অসম ক্ৰিকেট সন্থা আৰু বি চি চি আইৰ অধীনত ঘৰুৱা খেল অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts