Email :12
বিজেপিৰ প্ৰবীণ নেত্ৰী তথা প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী প্ৰয়াত সুষমা স্বৰাজৰ স্বামী স্বৰাজ কৌশলৰ ৪ ডিচেম্বৰত মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৩ বছৰ। তেখেত ভাৰতৰ এজন প্ৰসিদ্ধ অধিবক্তা হোৱাৰ উপৰিও মিজোৰামৰ পূৰ্ব-ৰাজ্যপালো আছিল।













