Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • গুৱাহাটী
  • ৮ ডিচেম্বৰত খানাপাৰা পশু চিকিৎসা খেলপথাৰত লাইভ কনচাৰ্ট পৰিবেশন কৰিব পোষ্ট মেলনে।
গুৱাহাটী

৮ ডিচেম্বৰত খানাপাৰা পশু চিকিৎসা খেলপথাৰত লাইভ কনচাৰ্ট পৰিবেশন কৰিব পোষ্ট মেলনে।

Email :17

অসম চৰকাৰৰ সহযোগত বুক মাই শ্ব’ লাইভ আৰু লাইভ নেচনে প্ৰযোজনা তথা প্ৰচাৰ কৰা সমগ্ৰ বিশ্বতে জনপ্ৰিয় সংগীত শিল্পী পোষ্ট মেলনৰ এক লাইভ কনচাৰ্ট গুৱাহাটীত অহা ৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব। এনে অনুষ্ঠানে গুৱাহাটীক সাংস্কৃতিক পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ়ি তুলিব বুলি আশা কৰা হৈছে। গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা খেলপথাৰত সংগীতপ্ৰেমীসকলে এক সুন্দৰ অনুষ্ঠানৰ আনন্দ ল’ব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts