Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ৩ ডিচেম্বৰ তাৰিখে অসম আৰক্ষী আৰু গৃহ বিভাগৰ অধীনত ৫৮১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
অসম

৩ ডিচেম্বৰ তাৰিখে অসম আৰক্ষী আৰু গৃহ বিভাগৰ অধীনত ৫৮১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

Email :14

সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সত ৩ ডিচেম্বৰত অনুষ্ঠিত হোৱা এক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৫৮১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। উপ-আৰক্ষী অধীক্ষক (ডি এছ পি) আৰু সমতুল্য পদবী প্ৰাৰ্থী ১৫৬ জন, কনিষ্টবল (সশস্ত্ৰ/নিৰস্ত্ৰ) আৰু সমতুল্য পদৰ বাবে ৫,৪১০ জন প্ৰাৰ্থী, চতুৰ্থ শ্ৰেণী পদৰ বাবে ২৫২ জন প্ৰাৰ্থীয়ে নিযুক্তি পত্ৰ লাভ কৰিছে।মুখ্যমন্ত্ৰীগৰাকীয়ে নিযুক্তিৰ সংখ্যা ১,৪১,১৯৪ লৈ যোগ্যতা ভিত্তিক নিযুক্তিৰ সংখ্যা বৃদ্ধি স্বচ্ছতা, দক্ষতা আৰু অসমৰ যুৱক-যুৱতীৰ সবলীকৰণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰমাণ কৰে বুলি উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts