Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ৪ ডিচেম্বৰত কন্যকা বহুমুখী পামত ২০২৪-২০২৫ ৰ বিধায়ক পুঁজিৰ ধন প্ৰদান পদ্ম হাজৰিকাৰ।
অসম

৪ ডিচেম্বৰত কন্যকা বহুমুখী পামত ২০২৪-২০২৫ ৰ বিধায়ক পুঁজিৰ ধন প্ৰদান পদ্ম হাজৰিকাৰ।

Email :27

আজি কন্যকা বহুমুখী পামত ২০২৪-২০২৫ বৰ্ষৰ অধীনত বিভিন্ন উন্নয়নমূলক কাৰ্য্যৰ ৰূপায়নৰ বাবে বিধায়ক পুঁজিৰ ধন আগবঢ়ালে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। সিপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চাইকেল আস্থানৰ আন্ত:গাঁথনি উন্নয়নৰ বাবে প্ৰদান কৰে ৫ লাখ টকা, দিকৰাইগুৰি জগদ্ধাত্ৰী মন্দিৰলৈ আগবঢ়াই ২ লাখ টকা, আগ্ৰিপাম পুথিভঁৰাল নিৰ্মাণ বাবে ১ লাখ টকা, কুসুমটোলা শুকণা পুখুৰী পাৰ নাথ সমাজৰ সামুহিক ভৱন নিৰ্মাণৰ বাবে ১০ লাখ টকা প্ৰদান কৰে বিধায়কগৰাকীয়ে। বিধায়ক পদ্ম হাজৰিকাই নিজৰ বক্তব্য প্ৰকাশ কৰি কয় যে ৰাইজৰ উন্নয়ন নিশ্চিত কৰাই হৈছে ৰাইজৰ প্ৰতিনিধি হিচাপে তেওঁৰ লক্ষ্য; এই লক্ষ্য প্ৰাপ্তিৰ বাবে অবিৰতভাৱে কাম কৰি যাব বুলিও দোহাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts