Email :18
শেহতীয়াকৈ অৰুণাচলৰ এজন ভাৰতীয় নাগৰিকক চীনে চাংঘাই বিমানবন্দৰত আটক কৰা কাৰ্যত ক্ষুণ্ণ হৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়। আন্তঃৰাষ্ট্ৰীয় নীতি আৰু চীনে নিজৰ ট্ৰেনজিট নিয়ম ভংগ কৰা বুলি অভিযোগ কৰিছে যদিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৈ উল্লেখ কৰে যে অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ।













