Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • খেল
  • ২৬ নবেম্বৰ চৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেটত অসমৰ দলৰ নেতৃত্বত ৰিয়ান পৰাগ।
খেল

২৬ নবেম্বৰ চৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেটত অসমৰ দলৰ নেতৃত্বত ৰিয়ান পৰাগ।

Email :24

২৬ নবেম্বৰৰ পৰা লক্ষ্ণৌত অনুষ্ঠিত হ’বলগীয়া চৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেটত অসম দলক নেতৃত্ব লাভ ৰিয়ান পৰাগৰ। দলটোৰ অন্য খেলুৱৈসকল হৈছে দেনিশ দাস, শিব শংকৰ ৰায়, সাহিল জৈন, প্ৰদ্যুন শইকীয়া, অবিনৱ চৌধুৰী, মৃণময় দত্ত, আকাশ সেনগুপ্ত, মুক্তাৰ হুছেইন, ৰোহিত মিহিৰ সেন (উইকেট কীপাৰ), সুমিত ঘাদিগাওঁকাৰ (উইকেট কীপাৰ), জিতুমনি কলিতা, আব্দুল আজিজ কুৰেইশী, নিহাৰ ডেকা, ভাৰ্গব প্ৰতিম লহকৰ, সাদেক হুছেইন।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts