Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণৰ ১৭ বছৰ সম্পূৰ্ণ।
ভাৰত

মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণৰ ১৭ বছৰ সম্পূৰ্ণ।

Email :23

২০০৮ চনৰ ২৬ নৱেম্বৰত দহজন সন্ত্ৰাসবাদীয়ে মুম্বাই আক্ৰমণ কৰিছিল। উক্ত আক্ৰমণত ১৬৬ জন নিহত আৰু ৩০০ জন ব্যক্তি আহত হৈছিল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ, গৃহমন্ত্ৰী অমিত শ্বাহে ২০০৮ ৰ ২৬ নবেম্বৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদসকলক স্মৰণ কৰাৰ লগতে ভুক্তভোগীসকললৈ সমবেদনা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts