Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • শিক্ষা
  • ২০২৬ ৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ তাৰিখ ঘোষণা।
শিক্ষা

২০২৬ ৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ তাৰিখ ঘোষণা।

Email :36

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৯ নবেম্বৰ তাৰিখে সামাজিক মাধ্যম এক্সত সদৰি কৰে যে অহা ২০২৬ ৰ ১০ ফেব্ৰুৱাৰীত মেট্ৰিক আৰু ১১ ফেব্ৰুৱাৰীত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰম্ভ হ’ব। মুখ্যমন্ত্রীয়ে লগতে অৱগত কৰে যে ২০২৬ চনৰ জানুৱাৰী মাহত মেট্ৰিকৰ ব্যৱহাৰিক তথা লিখিত পৰীক্ষা এইবাৰ একেটা কেন্দ্ৰত অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts