Email :17
ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ থকা বৃন্দাবনী বস্ত্ৰখনিয়ে অসমৰ প্ৰাচীন বস্ত্ৰশিল্পৰ ঐতিহ্য বহন কৰি আহিছে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা এই চুক্তিখন অসম তথা ভাৰতৰ বাবে এক গৌৰৱৰ ক্ষণ বুলি অভিহিত কৰে। লগতে এই আপুৰুগীয়া বস্ত্ৰখনিয়ে শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি আৰু দৃষ্টিভংগীক প্ৰতিফলিত কৰে বুলি তেখেতে সামাজিক মাধ্যম এক্সত সদৰি কৰে।













