Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • নিৰ্বাচন আয়োগৰ নিৰ্দেশত ‘বিশেষ পুনৰীক্ষণ’ হ’ব অসমৰ ভোটাৰ তালিকাৰ।
অসম

নিৰ্বাচন আয়োগৰ নিৰ্দেশত ‘বিশেষ পুনৰীক্ষণ’ হ’ব অসমৰ ভোটাৰ তালিকাৰ।

Email :25

১৭ নৱেম্বৰ, ২০২৫ ত ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ নিৰ্বাচনী তালিকাৰ ‘বিশেষ পুনৰীক্ষণ’ৰ নিৰ্দেশ জাৰী কৰিছে। সূচী অনুসৰি ২২ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ ঘৰে-ঘৰে উক্ত পৰীক্ষণ কৰা হ’ব। ২৭ ডিচেম্বৰত সংহত খচৰা নিৰ্বাচনী তালিকা আৰু অহা বছৰৰ ১০ ফেব্ৰুৱাৰীত চূড়ান্ত তালিকা প্ৰকাশ পাব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts