Email :25
১৭ নৱেম্বৰ, ২০২৫ ত ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ নিৰ্বাচনী তালিকাৰ ‘বিশেষ পুনৰীক্ষণ’ৰ নিৰ্দেশ জাৰী কৰিছে। সূচী অনুসৰি ২২ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ ঘৰে-ঘৰে উক্ত পৰীক্ষণ কৰা হ’ব। ২৭ ডিচেম্বৰত সংহত খচৰা নিৰ্বাচনী তালিকা আৰু অহা বছৰৰ ১০ ফেব্ৰুৱাৰীত চূড়ান্ত তালিকা প্ৰকাশ পাব।













