Email :29
মাউলাইত শ্বিলং চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰথমটো শৈক্ষিক অধিবেশন উদ্বোধন কৰে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই। শ্বিলঙে তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত অচিৰেই এক অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিব বুলি তেখেতে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ছাত্ৰ-ছাত্ৰীসকলক ডাঙৰ সপোন দেখি মেঘালয়ৰ বিকাশ যাত্ৰাৰ সহভাগী হ’বলৈ প্ৰেৰণা দিয়ে।













