Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • মেঘালয়
  • প্ৰতীক্ষাৰ অন্ত পেলাই মেঘালয়ত প্ৰথম চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় মুকলি।
মেঘালয়

প্ৰতীক্ষাৰ অন্ত পেলাই মেঘালয়ত প্ৰথম চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় মুকলি।

Email :29

মাউলাইত শ্বিলং চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰথমটো শৈক্ষিক অধিবেশন উদ্বোধন কৰে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই। শ্বিলঙে তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত অচিৰেই এক অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিব বুলি তেখেতে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ছাত্ৰ-ছাত্ৰীসকলক ডাঙৰ সপোন দেখি মেঘালয়ৰ বিকাশ যাত্ৰাৰ সহভাগী হ’বলৈ প্ৰেৰণা দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts