Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ১৩ চেপ্তেম্বৰ ২০২৫ তাৰিখে অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত জামুগুৰিহাটৰ টুপীয়াৰ উত্তৰ টুপীয়া অংগনবাদী কেন্দ্ৰটিৰ শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

১৩ চেপ্তেম্বৰ ২০২৫ তাৰিখে অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত জামুগুৰিহাটৰ টুপীয়াৰ উত্তৰ টুপীয়া অংগনবাদী কেন্দ্ৰটিৰ শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :37

সম্পূৰ্ণ বৈজ্ঞানিক আৰু আটক ধুনীয়াকৈ নিৰ্মাণ কৰা এই মডেল কেন্দ্ৰটোৰ দ্বাৰা অঞ্চলটোৰ কণকণ শিশু সকল উপকৃত হ’ব বুলি বিধায়ক পদ্ম হাজৰিকাই আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত উপস্থিত থাকে বহুকেইজন গণ্য-মান্য লোক, তথা কণকণ শিশুসকলৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts