Email :37
সম্পূৰ্ণ বৈজ্ঞানিক আৰু আটক ধুনীয়াকৈ নিৰ্মাণ কৰা এই মডেল কেন্দ্ৰটোৰ দ্বাৰা অঞ্চলটোৰ কণকণ শিশু সকল উপকৃত হ’ব বুলি বিধায়ক পদ্ম হাজৰিকাই আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত উপস্থিত থাকে বহুকেইজন গণ্য-মান্য লোক, তথা কণকণ শিশুসকলৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজ ।













