Email :34
৮,০৭০ কোটিতকৈ অধিক মূল্যৰ অভিলাষী বৈৰৱি ছাইৰাং প্ৰকল্প প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উন্মোচন কৰাৰ ফলত মিজোৰামৰ ৰাজধানী আইজল ভাৰতীয় ৰেল নেটৱৰ্কৰ সৈতে সংযুক্ত হৈ পৰে। ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেল লাইনে উত্তৰ পূবৰ ৰেল আন্তঃগাঁথনি ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব।













