Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত এক বিশেষ সম্বৰ্দ্ধনা আৰু অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা।
অসম

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত এক বিশেষ সম্বৰ্দ্ধনা আৰু অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা।

Email :20

আজিৰ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ পেক্ষাগৃহত আয়োজিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিহালী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাল, গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ছছাইটিৰ অধ্যক্ষ ড° কিশোৰ হাজৰিকা, জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ অধ্যক্ষ বিদ্যাসাগৰ বৰা, অসম নেপালী সাহিত্য সভাৰ উপ সভাপতি মদন থাপা, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ লগতে অসম নেপালী সাহিত্য সভাৰ সভাপতি ড: চিন্তামনি শৰ্মা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উপ সভাপতি দিলীপ গজুৰেল, শিশুবন্ধু অৱসৰপ্ৰাপ্ত আদৰ্শ শিক্ষক লীলা উপাধ্যায় আদি বিশিষ্ট ব্যক্তিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts