Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,
Sign up to get update news about us. Don't be hasitate your email is safe.
মহিলা দবা বিশ্বকাপ ২০২৫ জয়েৰে ১৯ বছৰীয়া দিব্যা দেখমুখৰ ইতিহাস ৰচনা। অভিজ্ঞ কনেৰু হাম্পীৰ বিপক্ষে সকলো স্নায়ু চাপৰ সন্মূখীন হৈও প্ৰতিযোগিতাখনত বিজয়ী হয়। তেখেতে ভাৰতৰ চতুৰ্থ সংখ্যক মহিলা গ্ৰেণ্ডমাষ্টাৰ তথা ৮৮ সংখ্যক গ্ৰেণ্ডমাষ্টাৰ ৰূপে পৰিগণিত হৈছে।
Your email address will not be published. Required fields are marked *