Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • খেল
  • ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰৰ শতকৰ সহায়ত ভাৰতে ইংলেণ্ডৰ বিপক্ষে টেষ্ট ড্ৰ কৰে।
খেল

ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰৰ শতকৰ সহায়ত ভাৰতে ইংলেণ্ডৰ বিপক্ষে টেষ্ট ড্ৰ কৰে।

Email :21

মানচেষ্টাৰত চলি থকা ভাৰত আৰু ইংলেণ্ডৰ চতুৰ্থ টেষ্ট ড্ৰ কৰিবলৈ ভাৰতীয় ক্ৰিকেট দল সফল হৈছে। ভাৰতীয় দলৰ অধিনায়ক শুভমন গীলে ১০৩ আৰু কে এল ৰাহুলে ৯০ ৰান কৰি আউট যোৱাত পৰাজয়ৰ সম্ভাৱনাই অধিক আছিল। কিন্তু ৰবীন্দ্ৰ জাডেজা আৰু ৱাছিংটন সুন্দৰৰো দৃঢ়তাৰে ভৰা শতকে ভাৰতক পৰাজয়ৰ পৰা ৰক্ষা কৰাত টেষ্ট ড্ৰ ৰূপে সমাপন হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts