Email :40
ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত কৰা ভাৰতৰ বাৰ্মিংহামত এয়া প্ৰথম বিজয়। অধিনায়ক শুভমন গিলে প্ৰথম ইনিংছত ২৬৯ আৰু দ্বিতীয় ইনিংছত ১৬১ ৰান কৰি সৰ্বমুঠ ৪৩০ ৰান সংগ্ৰহ কৰিছিল । এই টেষ্টত ১৯৮৬ চনত চেতন শৰ্মাৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত ১০ টা উইকেটেই দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হোৱাৰ কৃতিত্ব অৰ্জন আকাশ দীপৰ।