Email :68
ইলন মাস্কে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে মনোমালিন্য বৃদ্ধি হোৱাৰ পৰৱৰ্তী পৰ্যায়ত এই সিদ্ধান্ত গ্ৰহণ কৰে। ইলন মাস্কে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰিপাব্লিকান আৰু ডেম’ক্ৰেট এই দুই দলৰ বিৰুদ্ধে চৰকাৰী ব্যয় আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে। মাস্কৰ জন্ম আমেৰিকাৰ বাহিৰত সেয়ে তেওঁ ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰে; দলটোৰ নেতৃত্ব কোনে দিব বা পঞ্জীয়ন হৈছে নে নাই এতিয়ালৈকে স্পষ্ট নাই হোৱা।













