Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ৩ নৱেম্বৰ ২০২৫ ত অসমৰ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ মৃত্যু।
অসম

৩ নৱেম্বৰ ২০২৫ ত অসমৰ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ মৃত্যু।

Email :29

দীৰ্ঘদিনীয়া অসুস্থতাৰ সন্মুখীন হৈ থকা বাঁহীবাদক দীপক শৰ্মাই অৱশেষত জীৱন যুঁজত হাৰ মানিলে। ২০২৩ ৰ পৰা যকৃতৰ এক জটিল ৰোগত আক্ৰান্ত হৈ ব্যয়বহুল অস্ত্ৰপ্ৰচাৰৰ বাবে শিল্পীগৰাকীয়ে ছোচিয়েল মিডিয়াৰ সহায়ত আৰ্থিক সহায় বিছাৰিল। অসমৰ মুখ্যমন্ত্রীয়েও শিল্পীগৰাকীৰ চিকিৎসাৰ ব্যয়ৰ ক্ষেত্ৰত সহায় আগবঢ়াইছিল যাতে তেখেতে সুস্থ হৈ উঠিব পাৰে। দীপক শৰ্মাৰ অনুৰাগীসকলেও তেখেতক সহায় কৰিছিল যাতে সংগীতৰ জগতখনলৈ পুনৰ তেখেতে উভতি আহিব পাৰে। কিন্তু আজি তেখেতৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতখনৰ এক অপূৰণীয় ক্ষতি হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts