Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ২ ফেব্ৰুৱাৰী তাৰিখে স্বাগত সতীৰ্থ পৰ্টেল ২.০ মুকলি কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অসম

২ ফেব্ৰুৱাৰী তাৰিখে স্বাগত সতীৰ্থ পৰ্টেল ২.০ মুকলি কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

Email :14

আজি লোক সেৱা ভৱনত স্বাগত সতীৰ্থ পৰ্টেল ২.০ পৰ্টেল মুকলি কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলি পক্ৰিয়া সহজ কৰি তুলিব এই পৰ্টেলে। এই পৰ্টেল স্বাগত সতীৰ্থ পৰ্টেল ১.০ ৰ সফলতালৈ দৃষ্টি ৰাখি সাজু কৰা হৈছে যি প্ৰশাসনিক ক্ষেত্ৰৰ লেহেমীয়া দিশবোৰ ক্ষিপ্ৰ কৰাৰ লগতে স্বচ্ছ আৰু নিকা বদলি নিশ্চিত কৰিব। পূৰ্বৰ পৰ্টেলৰ সংস্কৰণৰ দ্বাৰা ৪,৫০২ খন আবেদন অনুমোদন কৰা হৈছিল, যাৰ ফলত ৩২ টা চৰকাৰী বিভাগৰ ৯,০০৪জন কৰ্মচাৰী ইতিমধ্যে উপকৃত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts