Email :32
হোৱাটছএপে বিশ্বজুৰি নিজৰ তিনি বিলিয়নতকৈ অধিক ব্যৱহাৰকাৰীলৈ ভাষা অনুবাদৰ সুবিধা আগবঢ়াইছে। ভাষা অনুবাদৰ প্ৰক্ৰিয়া সম্পূৰ্ণ ৰূপে ব্যৱহাৰকাৰীৰ ডিভাইচৰ দ্বাৰা হয় যাতে হোৱাটছএপে নিজে অনুদিত বাৰ্তাসমূহ লাভ নকৰে। ভাষাৰ পৰিধি ভাঙি হোৱাটছএপ ব্যৱহাৰকাৰীসকলে সহজে যোগাযোগ ৰক্ষা কৰিব পাৰিব বুলি আশা কৰা হৈছে।













