Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • বিশ্ব
  • হাংগেৰীৰ লেখক লাছলো ক্ৰাছনাহৰ্কালৈ ২০২৫ চনৰ সাহিত্যৰ বাবে নোবেল বঁটা
বিশ্ব

হাংগেৰীৰ লেখক লাছলো ক্ৰাছনাহৰ্কালৈ ২০২৫ চনৰ সাহিত্যৰ বাবে নোবেল বঁটা

Email :39

২০২৫ চনৰ সাহিত্যৰ নোবেল বঁটা হাংগেৰীৰ লেখক লাছলো ক্ৰাছনাহৰ্কালৈ আগবঢ়োৱা হৈছে। ১৯৫৪ চনত ৰোমানিয়াৰ সীমান্তৰ ওচৰৰ দক্ষিণ-পূব হাংগেৰীৰ গ্যুলা নামৰ সৰু চহৰখনত লেখিকাগৰাকীয়ে জন্মগ্ৰহণ কৰিছিল। ১৯৮৫ চনত প্ৰকাশিত ‘ছাটানটাংগো’ লেখকগৰাকীৰ প্ৰথম উপন্যাস যি হাংগেৰীৰ সাহিত্য জগতত এক খলকনিৰ সৃষ্টি কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts