Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ২৮ চেপ্তেম্বৰ তাৰিখে জামুগুৰিহাটৰ ধলাইবিলত এক সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠানত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ অংশগ্ৰহণ।
অসম

যোৱা ২৮ চেপ্তেম্বৰ তাৰিখে জামুগুৰিহাটৰ ধলাইবিলত এক সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠানত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ অংশগ্ৰহণ।

Email :32

অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ স্মৃতিত যোৱা ২৮ চেপ্তেম্বৰত জামুগুৰিহাটৰ ধলাইবিলত অনুষ্ঠিত এই সৰ্বধৰ্ম প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। ধলাইবিল, বৰমতা আৰু এক নং বৰপথাৰ গাঁওৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত এই সৰ্বধৰ্ম অনুষ্ঠানত খোল প্ৰসঙ্গ, নাম প্ৰসঙ্গ, কোৰাণ পাঠ, খ্ৰীষ্টিয় প্ৰাৰ্থনা, বেংগলী সংকীৰ্তন, বৌদ্ধ প্ৰাৰ্থনা, পাল নামৰ আদিৰ আয়োজন হয় ৷ এই সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠানৰ শুভাৰাম্ভ কৰোতে চল্লিশটাকৈ দিন কন্যকাত জুবিন গাৰ্গৰ দৰে বহুমুখী প্ৰতিভাৰ অধিকাৰী শিল্পীগৰাকীৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে বিধায়ক পদ্ম হাজৰিকা। শিল্পীগৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ নদুৱাৰ সমষ্টিত এখন নাহৰৰ উদ্যান তথা এটি প্ৰতিমূৰ্ত্তি স্থাপনৰো সিন্ধান্ত গ্ৰহণ গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত অঞ্চলটোৰ কেইবা শতাধিক বিভিন্ন ধৰ্ম্বালম্বী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এই সৰ্বধৰ্ম প্ৰাৰ্থনাত অংশগ্ৰহণ কৰি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানটো সাৰ্থক কৰি তোলাত অৰিহণা যোগায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts