Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • যোৱা ১৪ ডিচেম্বৰত দ্য আছাম ট্ৰিবিউন গ্ৰুপৰ স্বত্বাধিকাৰী, সম্পাদক আৰু পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যু ঘটে।
অসম

যোৱা ১৪ ডিচেম্বৰত দ্য আছাম ট্ৰিবিউন গ্ৰুপৰ স্বত্বাধিকাৰী, সম্পাদক আৰু পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যু ঘটে।

Email :21

অসমৰ সংবাদ জগতৰ এক পৰিচিত নাম দ্য আছাম ট্ৰিবিউন গ্ৰুপ। এই গ্ৰুপৰ স্বত্বাধিকাৰী ৰূপে তেখেতে সংবাদ মাধ্যমৰ দ্বাৰা প্ৰচাৰিত খবৰ সত্য আৰু শুদ্ধ তথ্যৰ ওপৰত আধাৰিত হোৱাত গুৰুত্ব আৰোপ কৰিছিল।উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি ইংৰাজী দৈনিক ‘দ্য আছাম ট্ৰিবিউন’ৰ এই বৰ্ষীয়ান সম্পাদকগৰাকীৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো মৰ্মাহত হোৱা বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আদিয়েও তেখেতৰ মৃত্যুত ছ’চিয়েল মিডিয়া এক্সত নিজৰ শোক প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts