Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
অসম

যোৱা দুবছৰত অসমত চাইবাৰ অপৰাধৰ গোচৰ ৮১.২% হ্ৰাস।

Email :25

অসমত অনলাইন জালিয়াতি আৰু চাইবাৰ অপৰাধৰ ঘটনা যোৱা ২ বছৰত ৮১.২ শতাংশ হ্ৰাস ইতিবাচক দিশ। ২০২১ চনত অসমত চাইবাৰ অপৰাধৰ সংখ্যা ৪৮৪৬ৰ পৰা ২০২৩ চনত মাত্ৰ ৯০৯টালৈ হ্ৰাস পাইছে। ডিজিটেল সাক্ষৰতা অভিযান, দ্ৰুত তদন্ত ব্যৱস্থা, আৰু অনলাইন জালিয়াতি ৰোধৰ বাবে আৰক্ষী আৰু বিত্তীয় প্ৰতিষ্ঠানৰ মাজত উন্নত সমন্বয়ৰ সৈতে জড়িত বহুমুখী পদ্ধতি প্ৰৱৰ্তনৰ ফলত চাইবাৰ অপৰাধ হ্ৰাস পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts