Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
মেঘালয়

প্ৰায় ১০০০ নাৰ্ছক নিয়মীয়াকৰণত অনুমোদন প্ৰদান মেঘালয়ৰ কেবিনেটৰ।

Email :34

তদৰ্থ ভিত্তিত ষ্টাফ নাৰ্ছ আৰু অক্সিলিয়াৰী নাৰ্ছ মিডৱাইফ (এএনএম) পদত নিযুক্তি লাভ কৰা মেঘালয় নাৰ্চিং সেৱাৰ অধীনত নাৰ্ছসকলৰ কেডাৰ নিয়মীয়াকৰণৰ সিন্ধান্তত মেঘালয় কেবিনেটে অনুমোদন জনাইছে।যিসকল নাৰ্চে ২০০৭ চনৰ ডিচেম্বৰৰ পূৰ্বে অনুমোদিত পদৰ বিৰুদ্ধে নিযুক্তি পালেও এতিয়ালৈকে আনুষ্ঠানিকভাৱে নিয়মীয়া কৰা হোৱা নাছিল; তেনে প্ৰায় ১০০০ নাৰ্চ এই সিদ্ধান্তৰ দ্বাৰা লাভন্বিত হ’ব। মেঘালয় চৰকাৰৰ এই পদক্ষেপে নাৰ্চিঙক পেছা হিচাপে গ্ৰহণ কৰাসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts