Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • নাগালেণ্ড
  • নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা জ্ঞাপন।
নাগালেণ্ড

নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা জ্ঞাপন।

Email :14

১৯৬৩ ৰ ১ ডিচেম্বৰত অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ প্ৰতিষ্ঠা হৈছিল। অন্যতম ছ’চিয়েল মিডিয়া এক্সত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে “ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসত নাগালেণ্ডৰ মোৰ ভাই-ভনীসকললৈ উষ্ম শুভেচ্ছা! সজীৱ সংস্কৃতি, গৌৰৱময় পৰম্পৰাৰ প্ৰতিফলনেৰে নাগালেণ্ডে নিজৰ সমন্বয় আৰু প্ৰগতিৰ যাত্ৰাৰে অনুপ্ৰাণিত কৰি আহিছে। আগন্তুক বছৰত ৰাজ্যখনে শান্তি, উন্নয়ন আৰু সমৃদ্ধিৰ নতুন শিখৰত উপনীত হওক।”

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts