Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • গুৱাহাটী
  • গুৱাহাটীৰ হাতীগাঁৱত জুবিন গাৰ্গৰ অনুৰাগী বিশাল কলিতাই কণ্ঠশিল্পীগৰাকীৰ গঢ়ি তোলা গীতৰ সংগ্ৰাহলয় মুকলি কৰে জুবিন গাৰ্গে।
গুৱাহাটী

গুৱাহাটীৰ হাতীগাঁৱত জুবিন গাৰ্গৰ অনুৰাগী বিশাল কলিতাই কণ্ঠশিল্পীগৰাকীৰ গঢ়ি তোলা গীতৰ সংগ্ৰাহলয় মুকলি কৰে জুবিন গাৰ্গে।

Email :31

এই সংগ্ৰহালয়ৰ নাম হৈছে Melody Audio House। জুবিন গাৰ্গৰ ৩৫ হাজাৰৰো অধিক গান ইয়াত সংৰক্ষিত কৰা হৈছে। জুবিন গাৰ্গৰ কিতাপো ইয়াত সংৰক্ষিত কৰা হৈছে। সংগ্ৰহালয়ৰ উদ্বোধন কৰি জুবিন গাৰ্গে এই তেওঁৰ অনুৰাগী বিশাল কলিতাই হাতত লোৱা প্ৰচেষ্টাৰ শলাগ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts